যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা বুলি দাবী কৰা এই ভিডিঅ'টো সম্পাদনা কৰা হৈছে।Yesterdaymore_vert
আমেথি আৰু ৰাইবৰেলীত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থীত্ব দিয়া বুলি ভুৱা প্ৰচাৰ।6 days agomore_vert
বিজেপি পুনৰ ক্ষমতালৈ আহিলে SC, ST আৰু OBCৰ সংৰক্ষণ নোহোৱা কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল নেকি?30 Aprmore_vert
২০১৮ চনত ফ্ল’ৰিডাত অহা Hurricane Michael নামৰ ঘূৰ্ণীবতাহৰ দৃশ্যকে ডুবাইৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।20 Aprmore_vert
কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক তথা জৱাহৰলাল নেহৰুৰ পৰিয়াল আৰু ফিৰোজ গান্ধী সম্পৰ্কে ভুৱা তথ্য ভাইৰেল।3 Aprmore_vert
জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক হে নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত কৰা হৈছে। ভূৱা ৰাজপত্ৰ ভাইৰেল।22 Marmore_vert
মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত পাকিস্তান আৰু ভাৰতৰ সংখ্যালঘুসকলৰ সম্পৰ্কে কৰা মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।12 Marmore_vert
মুকেশ আম্বানীয়ে পুত্ৰ অনন্ত আম্বানীৰ বিবাহ উপলক্ষে ৭৪৯ টকাৰ তিনি মাহৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰা নাই। লিংকটো ভুৱা।11 Marmore_vert
বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা তিনি মাহৰ ফ্ৰী ৰিচাৰ্জ দিয়া নাই। লিংকটো ভুৱা।9 Marmore_vert
২০২২ চনত মুম্বাই বিমান বন্দৰত তোলা বিৰাট-অনুষ্কাৰ ফটোকে জামনগৰ বিমান বন্দৰৰ শেহতীয়া ফটো বুলি দাবী কৰি প্ৰচাৰ।6 Marmore_vert
২০১৬ চনতে পেলেট গানত আহত কাশ্মীৰৰ লোকৰ ফটো বৰ্তমানৰ কৃষক আন্দোলনকাৰীৰ বুলি প্ৰচাৰ কৰা হৈছে মিছাকৈ।29 Febmore_vert
২০২১চনৰে ফটো ব্যৱহাৰ কৰি শেহতীয়া কৃষক আন্দোলনত ৰাহুল গান্ধীয়ে নেতৃত্ব দিছে বুলি প্ৰচাৰ কৰা হৈছে।19 Febmore_vert
২০২৩ চনৰ ৮ ডিচেম্বৰতে আপলোড কৰা ভিডিঅ’ বৰ্তমানৰ কৃষক আন্দোলনৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে।17 Febmore_vert
২০২১ চনৰে ফটো বৰ্তমানৰ বুলি ব্যৱহাৰ কৰি চৰকাৰে ৰাজপথত গজাল পোতা বুলি দাবী কৰি ফেচবুকত পোষ্ট দিয়া হৈছে।13 Febmore_vert
এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ পাৰ কৰিব বুলি মল্লিকাৰ্জুন খৰ্গেয়ে সঁচাকৈয়ে কৈছিল নেকি?9 Febmore_vert
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়া অন্তৰ্ৱৰ্তীকালীন বাজেট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ প্ৰতিক্ৰিয়া অভব্য ধৰণে দিছিল নেকি সঁচাকৈয়ে?7 Febmore_vert
১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই। এই বিভ্ৰান্তিৰ কাৰণ কি ইয়াতে জানক।24 Janmore_vert